সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমর্পণ

সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমর্পণ। নিশা হাতীগাঁও থানাত আত্মসমৰ্পণ আক্ৰমণকাৰী বিকি আহমেদৰ। বিকি আহমেদ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ভতিজাক। বিকিয়ে ইটাৰে আক্ৰমণ কৰিছিল সাংবাদিক মৃণাল কুদ্দুছক। ঘটনাৰ পাছৰে পৰা পলাতক হৈ আছিল বিকি আহমেদ। বুধাবৰে সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...