দৈনিক বাতৰি

কানাডাত গুলীয়াই হত্যা ২ ভাৰতীয় বংশোদ্ভূতক! গুলীচালনাৰ পাছত বাহনত অগ্নিসংযোগ দুর্বৃত্তৰ

কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ ছাৰে চহৰত এখন ৱালমাৰ্ট ষ্ট’ৰৰ বাহিৰত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীচালনাত নিহত হৈছে দুগৰাকী ভাৰতীয় বংশোদ্ভূত যুৱক-যুৱতী। নিহত দুগৰাকীৰ নাম গগনপ্ৰীত ওৰফে...

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বুলি ভুল কৰি আছাদুদ্দিন ওৱেইছিক ‘গাৰ্ড অৱ অনাৰ’! উত্তৰ প্ৰদেশ আৰক্ষীৰ আজৱ কাণ্ডক লৈ তোলপাৰ দেশ

এখন বিশাল কনভয় আহি উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে দিবলৈ ধৰিলে ছেল্যুট। আৰম্ভ হ’ল আনুষ্ঠানিক ‘গাৰ্ড অৱ অনাৰ’। কিন্তু কিছু সময়ৰ পাছতে হঠাৎ থমকি...

বিৰোধিতাৰ পৰা মিত্ৰতালৈ! নেতান্যাহুৰ সৈতে চৰকাৰ গঠনৰ প্ৰস্তুতি গাদি আইজেনকটৰ, ৫ চৰ্ততহে হ’ব মিত্ৰতা

নতুন ৰাজনৈতিক কৌশলেৰে ইজৰাইলত ক্ষমতা দখলত সফল হ’ব নে গাদি আইজেনকট? ইজৰাইলত চৰকাৰ গঠনক কেন্দ্ৰ কৰি ৰাজনীতিত আহিছে নাটকীয় পৰিৱৰ্তন। দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ক্ষমতাৰ...

তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা! ৰাজস্থানত ৰৈ থকা ট্ৰাকত SUVৰ প্ৰচণ্ড খুন্দা, একেটা পৰিয়ালৰ ৯জনৰ কৰুণ মৃত্যু

খাতু শ্যাম মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতাৰ পথতে কৰুণ দুৰ্ঘটনা, চালক টোপনিত ঢলি পৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ। ৰাজস্থানৰ কোটাৰ পৰা উদয়পুৰ সংযোগী...

চন্দ্ৰপৃষ্ঠৰ মাটিত আলুৰ খেতি! NASAৰ গৱেষকৰ বৃহৎ সাফল্য, তালিকাত আছে আন কি কি পাচলি?

চন্দ্ৰৰ মাটিত আলুৰ খেতি কৰি বৃহৎ সাফল্য লাভ কৰিছে বিজ্ঞানীসকলে। ভৱিষ্যতে চন্দ্ৰত দীৰ্ঘদিন ধৰি বসবাস কৰাৰ ক্ষেত্ৰত খাদ্যৰ চিন্তা বহু পৰিমাণে হ্ৰাস পাব বুলি...

Popular