দৈনিক বাতৰি

ভূটানত গ্লেচিয়াৰ বিস্ফোৰণ, গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত সৃষ্টি ভয়ংকৰ বান

নেপালৰ পিছত এইবাৰ ভূটানত গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে হঠাৎ বান পৰিস্থিতিৰ। অসম তথা পশ্চিমবংগকো বানে প্ৰভাৱিত কৰাৰ আশংকা। ধুবুৰী জিলা প্ৰশাসনেও জিলাখনত জাৰি...

চীনত শ্বী জিনপিঙৰ ক্ষমতা সুদৃঢ় কৰাৰ অভিযান! শীৰ্ষ সামৰিক নেতৃত্বত ব্যাপক ৰদবদল, বহিষ্কৃত ৩৩ জ্যেষ্ঠ নেতা

চীনৰ ৰাষ্ট্ৰপতি তথা চীনা কমিউনিষ্ট পাৰ্টিৰ সৰ্বোচ্চ নেতা শ্বী জিনপিঙৰ নেতৃত্বত দেশখনত দুৰ্নীতিবিৰোধী অভিযানৰ নামত চলি থকা ব্যাপক ৰাজনৈতিক শুদ্ধি অভিযানে এইবাৰ লাভ কৰিছে...

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ জাননী।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডৰ গুৰুত্বপূৰ্ণ জাননী । শিক্ষাৰ্থীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই বেটাৰমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ...

ভুৱা অসুস্থতাৰ অভিনয়, জে’লৰক্ষীক আক্ৰমণ, চাবি কাঢ়ি লৈ মূল দুৱাৰ খুলি পলায়ন! তামিলনাডুত আজৱ কাণ্ড

তামিলনাডুৰ এখন কাৰাগাৰত ১৭জন বন্দীয়ে সংঘটিত কৰিলে আজৱ কাণ্ড। কিন্তু জে'লৰ পৰা পলায়ন কৰিলেও বাহিৰত মুক্ত হৈ থকাৰ পৰিকল্পনা অৱশ্যে বেছি দিন নিটিকিল। প্ৰায়...

কাইলৈ ৰাজ্যজুৰি কলেজ শিক্ষকৰ ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী

ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰাপ্য দাবীসমূহৰ সমাধানৰ দাবীত কাইলৈ, ৩০ অক্টোবৰত ৰাজ্যজুৰি ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব অসম কলেজ...

Popular