দৈনিক বাতৰি

তালিবানীৰাজ: বিজয়োৎসৱৰ নামত গুলীবৰ্ষণ, প্ৰাণ গ’ল ৪৭জনৰ

তালিবানী শাসনত নৃশংস আৰু ৰক্তাক্ত অধ্যায় আৰম্ভ হৈছে কাবুলত। উন্মত্ত ঘাতক বাহিনীৰ ৰূপ ধাৰণ কৰি তালিবানী বাহিনীয়ে আৰম্ভ কৰিছে অবিবেচক আৰু অমানৱীয় হত্যাকাণ্ড। শুকুৰবাৰে...

কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰ

ছটাকৈ কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে যুগান্তকাৰী শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰীয় চৰকাৰৰ। KPLTৰ তিনিটা গোট, KLNLF, PDCK আৰু UPLFৰ সৈতে আজি বিয়লি ৪ বজাত নতুন...

‘ক’ভাক্সিন’ লৈ বিপদত পৰিছে কোন?

MAKE IN INDIA ভেকচিন লৈ বিপদত পৰিছে দেশৰ অজস্ৰ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত নিৰ্মিত ক’ভাক্সিন ভেকচিনক অনুমোদন নজনোৱাৰ বাবেই...

AIUDF সন্দৰ্ভত হঠাৎ U-TURN সাংসদ অজিত ভূঞাৰ

মহাজোঁটত ফাট মেলিলAIUDFক একাষৰীয়া কৰিলেলগে লগে U-TURN সাংসদ অজিত ভূঞাৰAIUDF অজিত ভূঞাৰ বাবে এতিয়া চকুৰ কূটা দাঁতৰ শূলঅজিত ভূঞাৰ আক্ৰমণৰ লক্ষ্য AIUDF৪ মাহে মৌন...

সুশান্ত-সিদ্ধাৰ্থৰ মৃত্যুৰ কাকতালীয় সংযোগ; বিতৰ্কত সোমাই পৰিছে কুপাৰ হাস্পতাল

ছ'চিয়েল মিডিয়াত চলিছে সৰৱ চৰ্চা বৃহস্পতিবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা সিদ্ধাৰ্থ শুক্লা আৰু সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ সৈতে সংযোগ বিচাৰি...

Popular