AIUDF সন্দৰ্ভত হঠাৎ U-TURN সাংসদ অজিত ভূঞাৰ

  • মহাজোঁটত ফাট মেলিল
  • AIUDFক একাষৰীয়া কৰিলে
  • লগে লগে U-TURN সাংসদ অজিত ভূঞাৰ
  • AIUDF অজিত ভূঞাৰ বাবে এতিয়া চকুৰ কূটা দাঁতৰ শূল
  • অজিত ভূঞাৰ আক্ৰমণৰ লক্ষ্য AIUDF
  • ৪ মাহে মৌন অজিত ভূঞা হঠাৎ সাৰ পালে
  • এইবাৰ BJP-AIUDFৰ মাজত সম্পৰ্ক দেখিছে ভূঞাই
  • ৪ মাহে তেওঁ AIUDFৰ বিৰুদ্ধে তথ্যহে গোটাই আছিল

বিজেপিৰ লগত হলিগলি কৰা দেখি কংগ্ৰেছে সংগ এৰিলে AIUDFৰ। এনে সময়তে ছল বুজি কঠীয়া পাৰিছে সাংসদ অজিত ভূঞাই। AIUDF সন্দৰ্ভত হঠাৎ U-TURN সাংসদ অজিত ভূঞাৰ। প্ৰশ্ন হয় যোৱা ৪মাহে মৌন সাংসদজন হঠাৎ সাৰ পালে কিয়?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...