দৈনিক বাতৰি

PhD কৰা সকলতকৈ মোল্লা সকল শ্ৰেষ্ঠ : তালিবানী শিক্ষামন্ত্ৰী

পি এইচ ডি বা মাষ্টাৰ ডিগ্ৰীৰ কোনো মূল্য নাই। আফগানিস্তানত এতিয়া কেৱল মোল্লাই সবাতোকৈ শ্ৰেষ্ঠ। এই দাবী কৰিছে তালিবান চৰকাৰৰ নৱনিযুক্ত শিক্ষামন্ত্ৰী শ্বেখ মৌলবী...

শিক্ষা বিভাগত ওলাইছে চাকৰি: ২,২৭২ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ

স্নাতকোত্তৰ শিক্ষকৰ পদত নিযুক্তিৰ বাবে আজি হিমন্ত বিশ্ব চৰকাৰে প্ৰকাশ কৰিলে শিক্ষা বিভাগৰ প্ৰথমটো বিজ্ঞাপন। ২,২৭২টা পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন। OBC,MOBCৰ বাবে ৫১০টাSC...

বলুকা শিল্পৰে সুধাকণ্ঠক স্মৰণ ঢেকিয়াজুলিৰ ৰঞ্জন শইকীয়াৰ

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫সংখ্যক জন্মদিন। ৰাজ্যজুৰি স্মৰণ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন...

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যজুৰি পালন গুৰুজনাৰ তিৰোভাৱ তিথি। হৰিনামৰ অমৃত ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰ-কীৰ্তন ঘৰসমূহ। আধ্যাত্মিক পৰিৱেশে...

প্ৰেয়সী দুগৰাকী; প্ৰেমিক এজন…কাক বিয়া কৰাব? কৰিলে TOSS

কৰ্ণাটকৰ এখন গাওঁ পঞ্চায়তে এটা প্ৰেম সংক্ৰান্তীয় বিষয়ৰ চূড়ান্ত ৰায় নিৰ্ণয় কৰিবলৈ টছ কৰাৰ সিদ্ধান্ত ল’লে। ঘটনাটো কৰ্ণাটকৰ হাছান জিলাৰ ছক্লেশপুৰ তালুকৰ বুলি জানিব...

Popular