দৈনিক বাতৰি

কেৱল লাই-লফা, পালেং বিক্ৰী কৰিয়েই লক্ষাধিক টকা উপাৰ্জন অৰুণ ভূঞাৰ

ধেমাজিৰ গাই নৈৰ পাৰত সেউজ বিপ্লৱ। কৃষি কৰ্মৰে আদৰ্শৰ পথ দেখুৱাইছে অৰুণ ভূঞাই। কেৱল লাই পাত বিক্ৰী কৰি আঢ়ৈ লাখ টকা লাভ কৰিছে ধেমাজিৰ...

দাম বাঢ়িল সুৰাৰ, কিমান শতাংশ বৃদ্ধি কৰিলে সুৰাৰ দৰ? কোনবিধ সুৰাৰ কিমান দাম?

দাম বাঢ়িল সুৰাৰ। শুকুৰবাৰৰ পৰা বৰ্ধিত দামত সুৰা বিক্ৰী কৰিছে সুৰাৰ বিপণীসমূহে। ১৮ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ল সুৰাৰ মূল্যবৃদ্ধি। অসম আবকাৰী...

দেশৰ ভিতৰতে অসম আৰক্ষীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু

দেশৰ ভিতৰতে অসম আৰক্ষীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু২,১৭৯টা গোচৰেৰে দেশৰ শীৰ্ষত অসম আৰক্ষীনেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্যমাথোঁ ৩টা গোচৰতহে চার্জশ্বীট দাখিলSP, DSP,...

দুবছৰীয়া কণমানিৰ ডিঙিৰে গুলী ওলাই গৈ ওলমি ৰ’ল মাতৃৰ ডিঙিত, বনৰক্ষীৰ গুলীত থকাসৰকা মাতৃ-পুত্ৰ

হাতী খেদিবলৈ বনৰক্ষীয়ে কৰা গুলীচালনাত দুবছৰীয়া দেৱশিশুৰ কৰুণ মৃত্যু, এতিয়াও হাস্পতালত জীৱন-মৃত্যুৰ যুঁজ মাতৃৰ। এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি। শুকুৰবাৰে আবেলি হাতী খেদিবলৈ বনৰক্ষীয়ে...

ব্লেকলিষ্টেড কোম্পানীক নিবিদা প্ৰদানৰ বিৰোধিতা, উত্তাল আমগুৰি

ব্লেকলিষ্টেড তৈল খনন কোম্পানীক নিবিদা প্ৰদানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। শিৱসাগৰ জিলাৰ আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত...

Popular