দৈনিক বাতৰি

এশ গৰু মাৰিলে বাঘৰো মৰণ…এইবাৰ জালত দুজনকৈ লাট মণ্ডল, এজন ভূ মাফিয়া!

পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুজনকৈ লাট মণ্ডলক গ্ৰেপ্তাৰ। নটাৰী বিষয়া আৰু এজন অধিবক্তাকো গ্ৰেপ্তাৰ আৰক্ষীৰ। বুধবাৰে নিশা গ্ৰেপ্তাৰ লাট মণ্ডল সত্যচৰণ দত্ত আৰু সুভাষ...

দিছপুৰ কলেজৰ একাউণ্টৰ পৰা কেনেকৈ নোহোৱা হ’ল ৭৬ লাখ টকা?

সাৱধান! চাইবাৰ প্ৰবঞ্চকৰ কৱলত আপুনিও পৰিব পাৰে। দিছপুৰ কলেজৰ একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকী। কলেজৰ একাউণ্টৰ পৰা হৰলুকী হ’ল ৭৬ লাখ টকা। চাইবাৰ...

গৰমে দহিছে পাকিস্তান, জীৱনযাত্রা হৈ পৰিছে অসহনীয়!

প্রায় সমগ্র ভাৰতীয় উপ মহাদেশত অব্যাহত আছে প্রচণ্ড গ্রীষ্ম প্রবাহ। বিগত প্রায় ৬ সপ্তাহ ধৰি চলি থকা এই গ্রীষ্ম প্রবাহৰ পৰা পৰিত্রাণ পোৱাৰ কোনো...

ভাৰতত পুৰুষৰ তুলনাত কমি আহিছে মহিলাৰ জন্মৰ হাৰ!

ভাৰতত গুৰুতৰ ৰূপ লৈছে লিংগ অসমানতাই। পুৰুষৰ তুলনাত কমি আহিছে মহিলাৰ জন্মৰ হাৰ। শেহতীয়াভাৱে প্ৰকাশ পাইছে এই তথ্য।কোন ৰাজ্যত কিমান পুৰুষ আৰু মহিলাৰ জন্মৰ...

ডাম্পাৰ সোমালগৈ দোকানত, টিয়াগ’ সোমাল পথাৰত! দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুজন লোক

দ্ৰুতবেগী টিয়াগ আৰু মিনি ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই টিয়াগ' সোমাল পথাৰত, ডাম্পাৰ সোমালগৈ দোকানগৃহত। গুৰুতৰভাবে আহত দুজনকৈ...

Popular