দৈনিক বাতৰি

লাওখোলাত অস্ত্রোপচাৰৰ জৰিয়তে সংলগ্ন কৰিলে সোণৰ চুলি

মেক্সিকান গায়ক ডান ছাৰে নিজৰ মূৰৰ লাওখোলাত অস্ত্রোপচাৰৰ জৰিয়তে সোণৰ চেইন সংলগ্ন কৰা ঘটনাক লৈ ছ'চিয়েল মিডিয়াত সৃষ্টি হৈছে চাঞ্চল্য। ছ’চিয়েল মিডিয়াত গায়কজনে আপলোড...

হিন্দু মহিলাৰে মুছলমানৰ দ্বিতীয় বিবাহ অবৈধ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূর্ণ ৰায়। এগৰাকী মহিলাই দাখিল কৰা এখন লেখ আবেদনৰ শুনানিৰ ক্ষেত্রত বিশেষ বিবাহ আইনৰ ধাৰাৰ পর্যালোচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্ট...

আফগানিস্তানৰ মহিলাক কৰ্মক্ষেত্ৰত যোগদানৰ অনুমতি

আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পিছত মহিলাসকলক ঘৰৰ বাহিৰলৈ ওলোৱাৰ ক্ষেত্রত বাধা প্রদান কৰিছিল তালিবানে। অৱশেষত সকলো ভয় কাতি কৰি ১২গৰাকী আফগান মহিলা কর্মক্ষেত্রলৈ...

‘ব্ৰেণ্ড নর্থ-ইষ্ট’ ধাৰণাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ মুখ্যমন্ত্রীৰ

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ দিছপুৰ, ১৩ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত আয়োজিত...

HSৰ প্রথম বৰ্ষৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি

HSৰ প্রথম বৰ্ষৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি ১৮ ছেপ্টেম্বৰলৈ বৃদ্ধি নামভৰ্তিৰ সময়সীমা২০ ছেপ্টেম্বৰত পুনৰ মুকলি কৰা হ’‍ব দৰ্পণ ডিজিটেল প’ৰ্টেলআসন নোপোৱা, আবেদন নকৰা শিক্ষাৰ্থীয়ে কৰিব পাৰিব...

Popular