HSৰ প্রথম বৰ্ষৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি

HSৰ প্রথম বৰ্ষৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি

  • ১৮ ছেপ্টেম্বৰলৈ বৃদ্ধি নামভৰ্তিৰ সময়সীমা
  • ২০ ছেপ্টেম্বৰত পুনৰ মুকলি কৰা হ’‍ব দৰ্পণ ডিজিটেল প’ৰ্টেল
  • আসন নোপোৱা, আবেদন নকৰা শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন
  • ২২ ছেপ্টেম্বৰৰ ভিতৰত তেনে শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন
  • www.darpan.ahseconline.in ৱেবছাইট যোগে শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন
  • ২৩-২৪ ছেপ্তেম্বৰৰ ভিতৰত প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰিব লাগিব নামভৰ্তিৰ তালিকা
  • ২৭-২৮ ছেপ্তেম্বৰৰ ভিতৰত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব
  • উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দিছে নিৰ্দেশনা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...