দৈনিক বাতৰি

ক’ভিড ব্যৱস্থাপনাত হোৱা খৰছৰ অনাদায় ধন শীঘ্ৰে পৰিশোধৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

ক'ভিড ব্যৱস্থাপনা পৰিচালনাৰ ক্ষেত্ৰত জিলা প্ৰশাসনসমূহৰ জৰিয়তে হোৱা খৰছৰ অনাদায় ধন শীঘ্ৰে আদায় দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ক'ভিড অতিমাৰীৰ প্ৰথমটো ঢৌৰ সময়ছোৱাত জিলা...

ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ দুবছৰীয়া চুক্তি স্বাক্ষৰ

ম্যানচেষ্টাৰ ইউনাইটেডে শুকুৰবাৰে দুবছৰীয়া চুক্তিত জুভেণ্টাছৰ পৰা পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোক স্বাক্ষৰ কৰাৰ দৌৰত জয়লাভ কৰে। ক্লাবৰ এক বিবৃতিত কোৱা হৈছে, "ব্যক্তিগত চৰ্তাৱলী, ভিছা...

২৫ ছেপ্টেম্বৰত ভাৰত বন্ধৰ আহ্বান প্ৰতিবাদী কৃষক সংগঠনৰ

তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদৰ নেতৃত্ব দিয়া সংযুক্ত কিষাণ মৰ্চাই শুকুৰবাৰে ঘোষণা কৰে যে প্ৰতিবাদকাৰী কিষাণসকলে ২৫ ছেপ্টেম্বৰত দেশব্যাপী ভাৰত বন্ধ পালন কৰিব।...

মোক জে’লত ৰাখি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিলে : অখিল গগৈ

মঠঘৰীয়াত ৰাইজৰ দলৰ সংবাদমেল। সংবাদমেল সম্বোধন সভাপতি অখিল গগৈৰ। ৬ লাখ কোটি টকা আহৰণৰ বাবে সম্পদ বিক্ৰী কৰাত লাগিছে মোদী চৰকাৰ। নামনি সোৱণশিৰি জলবিদ্যুৎ...

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজাৰ পোষকতা ভাৰতৰ

বৃহস্পতিবাৰে কাবুল বিমানবন্দৰত সংঘটিত আত্মঘাতী আক্ৰমণক গৰিহণা দিছে ভাৰত চৰকাৰে। দেশখনৰ জনসাধাৰণক সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াবলৈ সাজু ভাৰতবৰ্ষ। একে সময়তে, নতুন দিল্লীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ...

Popular