৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন, মঙলদৈত হোৰাহোৰে বাঢ়িছে ক’ভিড

মঙলদৈত উদ্বেগজনকভাবে বৃদ্ধি পাই আছে কৰ’ণা ৰোগীৰ সংখ্যা। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কণ্টেইনমেণ্ট জন ঘোষণা। বিদ্যালয়খনৰ ৮জন ছাত্ৰৰ দেহত ধৰা পৰিছে কৰ’ণা পজিটিভ। সোমবাৰে এজন ছাত্ৰৰ দেহত কৰ’ণা সংক্ৰমণ ধৰা পৰাৰ পিছত মঙলবাৰে আন ৩৯গৰাকী ছাত্ৰৰ কভিড পৰীক্ষা কৰোৱা হয়। ৩৯গৰাকীৰ ভিতৰত পুনৰ ৭গৰাকীৰ দেহত ধৰা পৰে কৰ’ণাৰ সংক্ৰমণ। ৭ দিনৰ বাবে বিদ্যালয়খন কণ্টেইনমেণ্ট জন ঘোষণা কৰে। আনহাতে, আজিৰ দিনটোত দৰঙত ১৪৭গৰাকীৰ দেহত ধৰা পৰে কৰ’ণা পজিটিভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...