সাংসদ প্ৰদ্যুৎ বৰদলৈ ক’ভিডত আক্ৰান্ত

সাংসদ প্ৰদ্যুৎ বৰদলৈ ক’ভিডত আক্ৰান্ত। নগাঁৱৰ কংগ্ৰেছী সাংসদগৰাকীৰ দেহত পোৱা গৈছে ক’ভিড ভাইৰাছ। ইফালে সমগ্ৰ বিশ্বতে অব্যাহত আছে ক’ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত বিশ্বজুৰি ক’ভিডত আক্ৰান্ত ৩১ লাখ ৭৩ লাখ। ইউৰোপৰ দেশ ফ্ৰান্স দৈনিক আক্ৰান্তৰ শীৰ্ষত। এক্টিভ কেছৰ শীৰ্ষত মাৰ্কিন যুক্তৰাষ্ট্ৰ। বিশ্বত বৰ্তমান ৬ কোটি ৮৮ লাখ এক্টিভ কেছ। ইয়াৰে ২ কোটি ৭৪ লাখেই আমেৰিকাৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ৰোহিত শৰ্মাক ‘শকত’, ‘অদক্ষ অধিনায়ক’ বুলি কোৱা কংগ্ৰেছ নেত্ৰীয়ে অৱশেষত খেলুৱৈজনক জনালে অভিনন্দন

কংগ্ৰেছ নেত্ৰী শামা মোহাম্মদে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলৰ খিতাপ...

সফলতাই হ’ল শ্ৰেষ্ঠ প্ৰতিশোধ: ৰতন টাটাই কিদৰে গঢ়ি তুলিলে টাটা মটৰ্ছক?

সফলতাই হ’ল শ্ৰেষ্ঠ প্ৰতিশোধ, আৰু ৰতন টাটাই টাটা মটৰ্ছক...

টাটা গ্ৰুপৰ লোৰ ব্যৱসায়: এখন চিঠিয়ে সৃষ্টি কৰিলে ইতিহাস…জানক টাটা ষ্টীলৰ অকথিত কাহিনী

ভূ-বিজ্ঞানী পি.এন. বসুৱে উদ্যোগপতি জে.এন. টাটালৈ লিখা এখন চিঠিয়ে...

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ কমাণ্ড ৰাছিয়ান মহাকাশচাৰীক হস্তান্তৰ কৰিলে সুনীতা উইলিয়ামছে

নাছাৰ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (ISS)...