মানকাচৰত পুনৰ মুখ্যমন্ত্ৰী তদাৰকীৰ দল, পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি গাঁওবুঢ়া?

মানকাচৰত পুনৰ মুখ্যমন্ত্ৰী তদাৰকী শাখা দল উপস্থিত। দুজনীয়া দল আহি উপস্থিত হৈছে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত। গাঁওবুঢ়া নিযুক্তি আৰু ভূমি কেলেংকাৰীৰ ওপৰত তদন্ত চলাবলৈ উপস্থিত হৈছেগৈ দলটো। ইতিমধ্যে তদন্তৰ পিছতে সমগ্ৰ জিলাখনতে হৈ চৈৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...