ড্ৰাগছসহ জালত মুকছিদুল ইছলাম আৰু ছাদ্দাম হুছেইন

বৰছলা আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযান। লাহৰীঘাটৰ কছাৰীবড়ী গাঁৱৰ পৰা ২ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা মুকছিদুল ইছলাম আৰু ছাদ্দাম হুছেইন। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা দুটা সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি দুটা প্লাষ্টিক কন্টেইনাৰ , ১টা মোবাইল ফোন আৰু নগদ ১,২৫০ টকা জব্দ কৰে।

জব্দ কৰা সন্দেহ ষুক্ত ড্ৰাগছখিনিৰ ওজন ২১ গ্ৰাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...