চোৰাং গৰু সৰবৰাহৰ সময়তে গৰুসহ জালত আবুল কালাম

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ অভিযান। ৰূপহীহাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক গোপাল তালুকদাৰৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীৰ এই অভিযানত এখন ট্ৰাক আৰু চালকসহ ২৭টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত গাড়ী চালক আবুল কালামক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। AS02AC8846 নম্বৰৰ এখন ট্ৰাকেৰে ৰূপহীহাটৰ পৰা শ্বিলং অভিমুখে গৈ থকা অৱস্থাতে জব্দ কৰে গৰুভৰ্তি ট্ৰাকখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...