কংগ্ৰেছ চৰকাৰ আহিলে উচ্ছেদ হ’ব বিজেপিৰ কাৰ্যালয়

মন্ত্ৰীৰ ৰঙা চকুলৈ ভয় নকৰে ভূপেন বৰাই
বিজেপিক ভূপেন বৰাৰ পুনৰ হুংকাৰ
কংগ্ৰেছ চৰকাৰ আহিলে উচ্ছেদ হ’ব বিজেপিৰ কাৰ্যালয়
আটকধুনীয়া কাৰ্যালয় স্থাপন কৰা ভূমিত হ’ব নদী গৱেষণা কেন্দ্ৰ
ভূপেন বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিজেপিৰ মন্ত্ৰী-বিধায়ক
বিজেপিৰ কাৰ্যালয় উচ্ছেদ কৰি স্থাপন কৰিব নদী গৱেষণা কেন্দ্ৰ
দলীয় নিৰ্বাচনী ইস্তাহাৰতো অন্তৰ্ভুক্ত হ’ব এই বিষয়টো
ৰঙা লাইটৰ POWER লৈ ভয় নকৰে ভূপেন বৰাই
বিজেপিৰ নেতা-মন্ত্ৰীৰ সম্পত্তি ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান ভূপেন বৰাৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত ৮ সহস্রাধিক শিল্পীয়ে প্রদর্শন কৰিলে ঝুমইৰ নৃত্য

'ঝুমইৰ বিনন্দিনী' শীর্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ চাহ...

পুৱাই অনুভূত ভূমিকম্প, হাহাকাৰ চৌদিশে

পুনৰ অনুভূত ভূমিকম্প পশ্চিমবংগৰ ভিন্ন প্ৰান্তত অনুভূত ভূমিকম্প পুৱা প্ৰায় ৬...

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...