আকৌ বৃদ্ধি পালে চিটীবাছৰ ভাড়া

আকৌ বৃদ্ধি পালে চিটীবাছৰ ভাড়া
নুন্যতম ১০ টকাৰ পৰা সৰ্বাধিক ৩০ টকালৈ বৃদ্ধি ভাড়া
সংগোপনে ভাড়া বৃদ্ধিক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া
NKTVৰ বাতৰিৰ পিছতেই স্পষ্টীকৰণ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ
০-৫ কি:মি: লৈকে ১০ টকা
৫-৯ কি:মি: লৈকে ১৫ টকা
৯-১৩ কি:মি: লৈকে ১৮ টকা
১৩-১৭ কিঃমিঃ লৈকে ২২ টকা
১৭-২১ কি:মি: লৈকে ২৬ টকা
২১-২৫ কি:মি: লৈকে ৩০ টকা ভাড়া দিব লাগিব যাত্ৰীসকলে
শীঘ্ৰে গুৱাহাটীৰ চিটীবাছত প্ৰযোজ্য হ’ব ই-টিকট ব্যৱস্থা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ ধামৰ...

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...