প্ৰশিক্ষণৰ চলেৰে ছাত্ৰীক নিৰ্যাতন! ৰয়েল গ্লবেল ইউনিভাৰ্চিটীত উত্তেজনা

ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটীত নিশা উত্তপ্ত পৰিস্থিতি। এজন বেডমিণ্টন প্ৰশিক্ষকৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীক নিৰ্যাতনৰ অভিযোগক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। শিক্ষানুষ্ঠানখনত চলি থকা বেডিমিণ্টনৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ দিবলৈ অহা এজন প্ৰশিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। এই ঘটনাক গাপ দিয়াৰ চেষ্টা চলায় শিক্ষানুষ্ঠানখনে। ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হয় যদিও ৰুজু কৰা নহয় কোনো গোচৰ। আৰক্ষীকো মেনেজ কৰাৰ অভিযোগ উত্থাপিত হৈছে শিক্ষানুষ্ঠানৰ বিৰুদ্ধে। ইয়াৰ পিছতে ক্ষমা বিচাৰি প্ৰশিক্ষকজনে শিক্ষানুষ্ঠান কৰ্তৃপক্ষলৈ এক পত্ৰ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...