সন্ধান ওলাল NLFB নেতা এম বাথাৰ

সন্ধান ওলাল NLFB নেতা এম বাথাৰ। কোকৰাঝাৰৰ চানমাৰি যুদ্ধ বিৰতি শিবিৰত আছে এম বাথা। পুনৰ এম বাথাৰ আত্মগোপন কৰিছিল বুলি ওলাইছিল খবৰ। এম বাথাই নস্যাৎ কৰিছে আত্মগোপনৰ প্ৰসংগ। তেওঁ NLFB কেডাৰসকলৰ সৈতে শিবিৰত আছে বুলি মন্তব্য কৰিলে NKTVৰ আগত।

NLFBৰ ডেৰশ কেডাৰ কোকৰাঝাৰত আৰু ১০০ কেডাৰ ওদালগুৰি শিবিৰত থকা কথাৰ প্ৰকাশ কৰিলে এম বাথাই। NLFBয়ে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে আত্মগোপনৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...