অসম

অন্তিম দিনা বিৰোধীৰ কেইবাজনো ৰথী–মহাৰথীৰ মনোনয়ন দাখিল

অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পৰ্বঅন্তিম দিনা বিৰোধীৰ কেইবাজনো ৰথী–মহাৰথীৰ মনোনয়ন দাখিলসোণোৱাল, লুৰিণৰ পিছত ডিব্ৰুগড় শক্তি প্ৰদৰ্শন মনোজ ধানোৱাৰৰ গায়ন বায়ন, ঢোল, মাদলৰ তালে...

নিৰ্বাচন আহিছে, মুখ খুলিছে বিতৰ্কিত শিলাদিত্য দেৱে

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মহলত নিজৰ গুৰুত্ব বঢ়াবলৈ পুনৰ সাম্প্ৰদায়িক মন্তব্য হোজাইৰ গুৰুত্বহীন প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ। ইছলাম ধৰ্মাৱলম্বী লোকৰ ফজৰৰ নামাজৰ বাবে পুৱতি...

সোপাধৰাৰ সন্দেহত মহিলাক প্ৰহাৰ উন্মত্ত জনতাৰ

ডিমা হাচাওত পুণৰ ভয়ানক গণ প্ৰহাৰৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰিল নেপালৰ পৰা ডিমা হাচাওৰ ভগ্নীৰ ঘৰত ফুৰবলৈ অহা এগৰাকী মহিলাৰ। এগৰাকী কণমানিক মৰমতে...

বেটিং ক্ৰম উন্নত কৰা প্ৰসংগত ৰিয়ানক প্ৰশংসা প্ৰশিক্ষক ছাংগাকাৰৰ

যশস্বী জয়ছোৱালৰ লগতে শেহতীয়াকৈ ধ্ৰুৱ জুৰেলৰ আন্তঃৰাষ্ট্ৰীয় সফলতাই ৰিয়ান পৰাগৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ ক্ষুধাক ইন্ধন যোগাইছে বুলি অনুভৱ কৰিছে ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক কুমাৰ...

যোৰহাটত মনোনয়ন দাখিল গৌৰৱ গগৈৰ

মনোনয়ন দাখিলৰ পূৰ্বে বিশাল ৰেলী গৌৰৱ গগৈৰযোৰহাটত গৌৰৱ গগৈৰ শক্তি প্ৰদৰ্শনসহস্ৰাধিক সমৰ্থকৰ অংশগ্ৰহণ গৌৰৱ গগৈৰ ৰেলীত মনোনয়ন পত্ৰ দাখিল কৰি যোৰহাট সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী...

Popular