অসম

কামাখ্যা ৰে’ল ষ্টেচনত মাতৃ সন্ধানহীন, NKTVৰ কাৰ্যালয়ত কান্দি কান্দি ভাগৰি পৰিল ১৭ বছৰীয়া কিশোৰ

কাম বিচাৰি মাতৃ আৰু ভগ্নীৰ সৈতে গুৱাহাটীলৈ আহিছিল ১৭ বছৰীয়া কিশোৰজন। কিন্তু মহানগৰীত উপস্থিত হোৱাৰ পাছতে পৰিয়ালটোৰ জীৱনলৈ নামি আহিল অনাকাংক্ষিত বিপৰ্যয়। কামাখ্যা ৰে’লৱে...

‘গোটেই নাওখনৰে তলি ফুটা, কাইলৈ আমাৰ প্ৰাণৰ প্ৰতিও সংশয় আহিব পাৰে…’ ; জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোণাপুৰত প্ৰতিবাদ, মূল অভিযুক্তৰ জামিনক লৈ ক্ষোভ উজাৰিলে...

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায়ৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে অসম। সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত গ্ৰহণ কৰা...

এছিয়ান মাষ্টাৰ্ছ ছুইমিং চেম্পিয়নশ্বিপত উজলিল গুৱাহাটীৰ জীয়ৰী; এছিয়ান মাষ্টাৰ্ছ ছুইমিং চেম্পিয়নশ্বিপত গুৱাহাটীৰ হিমন্তা বৰবৰাৰ ৰূপৰ পদক

বাংগালুৰুত ৪ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ অনুষ্ঠিত দ্বিতীয় এছিয়ান মাষ্টাৰ্ছ ছুইমিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি সাফল্য অৰ্জন কৰিছে গুৱাহাটীৰ সাঁতোৰবিদ হিমন্তা বৰবৰাই। প্ৰতিযোগিতাখনৰ মহিলাৰ ৪০–৪৪...

আমিনগাঁৱত ১০ কোটি টকা মূল্যৰ য়াবা টেবলেট জব্দ;গ্ৰেপ্তাৰ সৰবৰাহকাৰী

কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য য়াবা টেবলেট জব্দ কৰা হৈছে। নামনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে এখন ছুইফট বাহনৰ পৰা জব্দ...

কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব পবিতৰা অভয়াৰণ্য; বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰিব ২০২৬-২৭ পৰ্যটন বৰ্ষৰ

পৰ্যটকৰ বাবে কাইলৈ পৰা অৰ্থাৎ ১৩ অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব পবিতৰা অভয়াৰণ্য। মঙলবাৰে পুৱা ৯ বজাত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিকভাৱে ২০২৬-২৭ পৰ্যটন...

Popular