অসম

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত আগবঢ়াবলৈ গুৱাহাটীত উপস্থিত হৈছে অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীৰ এটা দল। আজি পানীখাইতীত উপস্থিত হোৱা তদন্তকাৰী আৰক্ষীৰ দলটোৱে...

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ, আলোকসজ্জা আৰু বাহ্যিক আড়ম্বৰেৰে উজলি উঠিছে চৌদিশ। কিন্তু এই উছাহ-উদ্দীপনাৰ মাজতে কলিয়াবৰৰ হাতীমূৰাত আছে এখন...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত। আজি পুৱা ৬ বাজি ৩০ মিনিটত হাফলং উপ-কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে অমৃতপ্ৰভাই। কাৰাগাৰৰ সকলো...

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে শোকসন্তপ্ত পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ হিমাশ্ৰী বড়োৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।...

গুৱাহাটীত চিলনী চোৰৰ সন্ত্ৰাস! কাহিলীপাৰাত মহিলাক প্ৰায় ১০০ মিটাৰ চোঁচৰাই নিলে দুৰ্বৃত্তই, গ্ৰেপ্তাৰ দুই অভিযুক্ত

মহানগৰী গুৱাহাটীত বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। ৰাজপথত খোজ কাঢ়ি যোৱা বা বাহনেৰে যাত্ৰা কৰা লোকৰ ডিঙিৰ সোণৰ চেইন, হাতৰ বেগ কাঢ়ি নিয়াৰ লক্ষ্যৰে...

Popular