অসম

পিযুষ হাজৰিকাক অসম টেবুল টেনিছ সংস্থাৰ সভাপতিৰ দ্বায়িত্ব

আজি অসম টেবুল টেনিছ সংস্থাই জলসম্পদ, তথ্য-জনসম্পৰ্ক আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাক অসম টেবুল টেনিছ এছ'চিয়েশ্যনৰ (ATTA) সভাপতি হিচাপে নিৰ্বাচিত কৰে। উল্লেখ্যে যে,...

মাচুল নিদিলেও পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীক

শিক্ষাৰ্থীলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহমাচুল নিদিলেও পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীকন্যায়ালয়ৰ নিৰ্দেশত অসন্তুষ্ট একাংশ ব্যক্তিগতখণ্ডৰ শিক্ষকমাচুল নিদিলে কেনেকৈ ঘৰ চলিব ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক...

৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন; সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পথত সৰ্বানন্দ সোণোৱাল

৪ অক্টোবৰত অসমত ৰাজ্যসভাৰ উপ-নিৰ্বাচন এখন আসনৰ বাবে অসমত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচনবিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছতে খালী হৈছিল আসনখন২০২৬ চনৰ ৯ এপ্ৰিললৈ কাৰ্যকাল আছিল বিশ্বজিৎ দৈমাৰীৰচলিত...

মাজুলীৰ দলং নিৰ্মাণৰ কাম নৱেম্বৰৰ পৰা পূৰ্ণগতিত চলিব : মুখ্যমন্ত্ৰী

নিমাতীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্পীডবোটত উঠি ঘটনাস্থলী পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰউদ্ধাৰ অভিযান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰদুৰ্ঘটনা সন্দৰ্ভত ফৌজদাৰী গোচৰ ৰুজুৰ নিৰ্দেশ যোৰহাট আৰক্ষীকমাজুলীত তাৎক্ষণিকভাৱে ছিংগল ইঞ্জিন...

নিমাতীঘাট ফেৰী দূৰ্ঘটনা : জিৰণি চ’ৰাতে পৰি ৰৈছে লাইফ জেকেট

নিমাতীঘাটত লাইফ জেকেটৰ অভাৱত খৰস্ৰোতা লুইতত জাঁপ দিবলৈ বাধ্য হৈছিল যাত্ৰী। ইয়াৰ বিপৰীতে নিমাতীঘাটতে দ’মে দ’মে পৰি আছে লাইফ জেকেট। যাত্ৰীৰ ব্যৱহাৰৰ বাবে নহয়,...

Popular