অসম

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : সৌভাগ্যৰ সংযোগ। বুদ্ধিবৃত্তিত নিজস্বতা থাকিব। নিৰামিষ খাদ্য খাওক। শাৰীৰিক-মানসিক উদ্যম থাকিব। প্রতিভা বিকাশৰ যোগ। বৃষ : কর্মত দৃঢ়তা থাকিব। আনৰ ওপৰত সকলো নিৰ্ভৰ...

পিতৃক অনুকৰণ! গ্ৰেপ্তাৰ পাখি মিঞাৰ পুত্ৰ

কুখ্যাত মাফিয়া পাখি মিঞাৰ পুত্ৰক গ্ৰেপ্তাৰনিষিদ্ধ মৰফিন সহ গ্ৰেপ্তাৰ পাখি মিঞাৰ পুত্ৰআৰক্ষীৰ অভিযানত জব্দ নিষিদ্ধ মৰফিনদুখন বাহনৰ পৰা জব্দ বৃহৎ পৰিমানৰ মৰফিনসোণাপুৰৰ নাজিৰাখাট টোলগেটত...

বোমাতংক! কি আছিল সোণাৰিত উদ্ধাৰ হোৱা ক’লা বেগটোত?

৯ ঘণ্টাৰ অন্তত ৰহস্যভেদ হ'ল সোণাৰিত উদ্ধাৰ হোৱা ক'লা বেগটোৰ। ৰবটৰ জৰিয়তে বেগটো উদ্ধাৰ কৰিলে বোমা বিশেষজ্ঞৰ দলে। জেচিবিৰ সহায়ত জনশূন্য পথাৰলৈ লৈ যোৱা...

১০ টন চুপাৰিসহ বিজেপি নেতা প্ৰবীৰ পালক গ্ৰেপ্তাৰ

বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অপৰেচন অলআউট অব্যাহত থকাৰ সময়তে কাছাৰৰ লায়লাপুৰত জব্দ এখন চুপাৰিভৰ্তি ট্ৰাক ৷ আৰক্ষীয়ে চুপাৰি মালিক গুৱাহাটীৰ বিজেপি নেতাসহ ৩জনক...

জম্মু-কাশ্মীৰত অসমৰ সেনা জোৱানৰ মৃত্যু!

জম্মু-কাশ্মীৰত অসমৰ সেনা জোৱানৰ মৃত্যুমৃত্যু হোৱা জোৱান দেৰগাঁৱৰ বিশ্বজিত গগৈশৰীৰত গুলী লাগি মৃত্যু হয় জোৱানজনৰছবছৰ পূৰ্বে সেনা বাহিনীত যোগদান কৰিছিল জোৱানজনেমৃত্যুৰ পূৰ্বে কথা পাতিছিল...

Popular