পিতৃক অনুকৰণ! গ্ৰেপ্তাৰ পাখি মিঞাৰ পুত্ৰ

  • কুখ্যাত মাফিয়া পাখি মিঞাৰ পুত্ৰক গ্ৰেপ্তাৰ
  • নিষিদ্ধ মৰফিন সহ গ্ৰেপ্তাৰ পাখি মিঞাৰ পুত্ৰ
  • আৰক্ষীৰ অভিযানত জব্দ নিষিদ্ধ মৰফিন
  • দুখন বাহনৰ পৰা জব্দ বৃহৎ পৰিমানৰ মৰফিন
  • সোণাপুৰৰ নাজিৰাখাট টোলগেটত জব্দ এই নিষিদ্ধ সামগ্ৰী
  • NCBৰ এটা দলে চলাইছিল এই অভিযান
  • পাখি মিঞাৰ পুত্ৰৰ লগতে গ্ৰেপ্তাৰ আন তিনিজন
  • দুখন বাহনৰ পৰা জব্দ ২৪ পেকেট মৰফিন
  • মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল গাড়ী দুখন
  • ২৪ টা পেকেটত আছিল আধা কিলোগ্ৰামকৈ মৰফিন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন

গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ...