জম্মু-কাশ্মীৰত অসমৰ সেনা জোৱানৰ মৃত্যু!

  • জম্মু-কাশ্মীৰত অসমৰ সেনা জোৱানৰ মৃত্যু
  • মৃত্যু হোৱা জোৱান দেৰগাঁৱৰ বিশ্বজিত গগৈ
  • শৰীৰত গুলী লাগি মৃত্যু হয় জোৱানজনৰ
  • ছবছৰ পূৰ্বে সেনা বাহিনীত যোগদান কৰিছিল জোৱানজনে
  • মৃত্যুৰ পূৰ্বে কথা পাতিছিল মাতৃৰ সৈতে
  • ১০ মাৰ্চত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল বিশ্বজিত
  • ২২ ফেব্ৰুৱাৰীত ছুটী লৈ ঘৰলৈ কথা জনাইছিল মাতৃক
  • কিয় কেনেকৈ বিশ্বজিতৰ দেহত গুলী লাগিল সেয়া ৰহস্যৰ আৱৰ্তত
  • সেনাৰ সূত্ৰ অনুসৰি ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যাৰ সন্দেহ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...