অসম

অদূৰ ভৱিষ্যতে বন্ধ হৈ যাব ছেবা আৰু শিক্ষা সংসদ!

অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ বিপদঘণ্টা। ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিব অসম চৰকাৰে। এই বিদ্যালয়সমূহত পাঠ্যক্ৰম হ’ব CBSEৰ। পৰৱৰ্তী পৰ্যায়ত খুলিব একেধৰণৰ উচ্চতৰ মাধ্যমিক...

GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন

GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদননগাঁও পৌৰ সভা, যোৰহাট পৌৰ সভাৰ বিৰুদ্ধেও এই আবেদন২০১০-১১ৰ পৰা ২০১৬-১৭লৈ নিগম-নিকায়কেইখনত ব্যাপক অনিয়মৰ অভিযোগচাৰিওখন নিগম-নিকায়ত কমেও...

গ্ৰন্থৰ সুবাসেৰে আমোলমোল মুকালমুৱাৰ লাৰকুছি

নামনি অসমত গ্ৰন্থৰ সুবাস। মুকালমুৱাৰ লাৰকুছিত কুৰুৱাট্টাৰী যুৱক সংঘৰ ৰূপালী জয়ন্তী উপলক্ষে সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থ ও বাণিজ্য মেলা। স্থানীয় ডাইমণ্ড উন্নয়ন সমিতিৰ সৌজন্যত...

এশ গৰু মাৰিলে বাঘৰো…দীর্ঘদিনে প্ৰৱঞ্চনা কৰি পলাতক হৈ থকা জয়ন্ত কুমাৰ দাস জালত

মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত প্ৰৱঞ্চক। দীর্ঘদিনে বাহন সংক্ৰান্তীয় প্ৰবঞ্চনা কৰি পলাতক হৈ আছিল জয়ন্ত কুমাৰ দাস। শেহতীয়াকৈ প্ৰবঞ্চনাৰ বলি হৈ পলাশবাৰীৰ এহাল দম্পতীয়ে বশিষ্ঠ...

দিবা-নৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা, শ্ৰেষ্ঠ খেলুৱৈ মিজানুৰ ৰহমান

দিবা-নৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা। বৰপেটাৰ কাছুমাৰাৰ ভাইটি ক্লাবৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ভলীবল প্ৰতিযোগিতাখনৰ নিশা সফল সামৰণি পৰে। বৰপেটা আৰু কামৰূপ জিলাৰ মুঠ আঠটাকৈ...

Popular