দেৱৰাজ ৰয় দ্য ষ্টৰী লাইফ উন্মোচন

গোলাঘাটৰ সমাজ জীৱনৰ পুৰোধা প্ৰয়াত ‘দেৱৰাজ ৰয়’ৰ আত্মজীৱনী উন্মোচন। তেজপুৰ বিশ্ববিদ্যালৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ সঞ্জীৱ চাহুৰ সম্পাদনাত আত্মজীৱনী দেৱৰাজ ৰয় আৰু ড০ সঞ্জীৱ চাহু তথা উত্তম ৰয়ৰ সাৱলীল অনুবাদেৰে Debraj Roy, the story life শীৰ্ষক গ্ৰন্থ দুখন গোলাঘাট প্ৰেছ ক্লাবত শুভ উন্মোচন কৰা হয়। গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি, অধ্যাপক দেৱজিৎ ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা শুভ উন্মোচনী সভাত বিশিষ্ট লেখক, নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা আৰু প্ৰবীণ সাংবাদিক অপূৰ্ব বৰুৱাই গ্ৰন্থ দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত বাৰুকিয়াল, অৱসৰপ্ৰাপ্ত অধ্যাপক হেম ফুকন, জ্যেষ্ঠ সাংবাদিক তথা গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা, প্ৰয়াত দেৱৰাজ ৰয়ৰ নাতিনী সুধীৰ ৰয় আৰু প্ৰবীৰ ৰয়, বিশিষ্ট ব্যক্তি ধনশ্যাম বাঢ়ৈয়ে অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...