অসম

নৱবৰ্ষৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীৰ বাবে দুটাকৈ ছুটী!

৬ আৰু ৭ জানুৱাৰীত ৰাজ্যিক কৰ্মচাৰীৰ বিশেষ ছুটীপিতৃ-মাতৃ, শহুৰ-শাহুৰ সৈতে সময় কটাবলৈ এই বিশেষ ছুটীকৰ্মচাৰীসকলে প’ৰ্টেলত আপলোড কৰিব লাগিব ফটোফটো আপলোড নকৰিলে ল’ব বিশেষ...

প্ৰস্ৰাৱ কৰাৰ চলেৰে পলাবলৈ চেষ্টা কৰোতেই চলিল গুলী, গুলীবিদ্ধ ড্ৰাগছ মাফিয়া পচা বাছফৰ

পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। যোৰহাটৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া পচা বাছফৰ। পুৱতি নিশা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত গুলীবিদ্ধ পচা। যোৰহাটৰ পানীচকুৱাত নিশা প্ৰায়...

NKTVৰ বাতৰিৰ প্ৰভাৱ! কোকৰাঝাৰত ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দুই অভিযন্তা

NKTVৰ বাতৰিৰ প্ৰভাৱ। কোকৰাঝাৰত ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দুই অভিযন্তা। ট্ৰেক্টৰ প্ৰদানত হিতাধিকাৰীৰ পৰা ঘোচ লৈছিল দুই অভিযন্তাই। ধৃত দুই অভিযন্তা নীলকান্ত কলিতা আৰু...

অন ৰডছ লীড টু পলিটিকছ…সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থত কি আছে?

২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰে বিভূষিত হ'ল অনুৰাধা শৰ্মা পূজাৰী। 'ইয়াত এখন অৰণ্য আছিল' গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী। প্ৰথিতযশা সাহিত্যিক-সাংবাদিকগৰাকীয়ে...

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ মাচুল!

নতুন বছৰত বৃদ্ধি পাব বিজুলীৰ মাচুলAPDCLৰ ঘাটিৰ জোৰা-টাপলি মাৰিবলৈ এই প্ৰস্তাৱনিৰিখ বৃদ্ধিৰ বাবে বিদ্যুৎ নিয়ামক আয়োগক আবেদন APDCLৰজীৱন ধাৰাৰ আঁচনিৰ অধীনত গ্ৰাহকৰ পৰা গধুৰ...

Popular