GMCHৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত মহিলাৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী চিকিৎ‍সা মহাবিদ্যালয়ত মৃতদেহ উদ্ধাৰ
GMCHৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ মহিলাৰ মৃতদেহ
মৃত মহিলাগৰাকী ২১ বছৰীয়া আয়েচা খাটুন
মহিলাগৰাকীৰ তিনি বছৰীয়া সন্তান ভৰ্তি হৈ আছিল GMCHত
নিশা হাস্পাতালতে স্বামীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মহিলাগৰাকী
দ্বিতীয় স্বামী হাদি আলিয়ে হত্যা কৰাৰ সন্দেহ আয়েচাৰ মাতৃৰ
কাৰণ দুয়োৰে কাজিয়াৰ সময়ত উপস্থিত আছিল আয়েচাৰ মাক
পূৰ্বৰ স্বামীৰ সৈতে সন্দেহ কৰি আয়েচাৰ লগত প্ৰায়ে কাজিয়া কৰিছিল ২য় স্বামী হাদিয়ে
GMCHত মৃতদেহ উদ্ধাৰক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
প্ৰত্যক্ষদৰ্শীক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে
কিন্তু GMCHত কেনেদৰে হত্যাকাণ্ড সংঘটিত হ’ল, তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...

ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে...

ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ তহলদাৰী দলক এম্বুশ্ব; শ্বহীদ এজন জোৱান

ভাৰত-ম্যানমাৰ সীমান্তত মঙলবাৰে পুৱাই অসম ৰাইফলছৰ এটা তহলদাৰী দল...