৫ চুপাৰি মাফিয়াৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট!

চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সৰ তদন্ত। ৫ চুপাৰি মাফিয়াৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট। শিলচৰৰ ৫ চুপাৰি মাফিয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা ক্ৰাইম ব্ৰান্সৰ। চুপাৰি মাফিয়া অঞ্জন পাল, জাকিৰ হুছেইন, আলতাফ হুছেইন, ৰাজ শ্বাহ, জাকিৰ হুছেইন লস্কৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা।

ইতিমধ্যে শিলচৰত উপস্থিত ক্ৰাইম ব্ৰান্সৰ দল। সম্প্ৰতি শিলচৰ কাৰাগাৰত বন্দী হৈ আছে ধৃত ৫টাকৈ চুপাৰি মাফিয়া। কিছুদিন পূৰ্বে শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৫ অভিযুক্তক। পুনৰ ক্ৰাইম ব্ৰান্সৰ গোচৰত গ্ৰেপ্তাৰ হ’ব চুপাৰি মাফিয়াকেইটা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...