পুনৰ আলফা স্বাধীনলৈ মাৰ্ঘেৰিটাৰ দুই যুৱক!

পুনৰ আলফা স্বাধীনলৈ মাৰ্ঘেৰিটাৰ দুই যুৱক! আলফা স্বাধীনত যোগদানৰ সন্দেহ মহন্ত বৰুৱা আৰু বিকাশ ৰাজবংশীৰ। দুদিন ধৰি সন্ধানহীন হৈ আছে তিনি মাকুম পথাৰৰ দুই যুৱক।

একেটা অঞ্চলৰে ৰূপম খাখলাৰী নামৰ যুৱকজনে কিছুদিন পূৰ্বে যোগদান কৰিছিল আলফা স্বাধীনত। দুই যুৱকৰ সন্ধানহীন সম্পৰ্কত আৰক্ষীৰ কাষ চাপিছে পৰিয়াল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...