ক’ভিডশূন্য হোৱাৰ দিশে অসম!

ক’ভিডশূন্য হোৱাৰ দিশে অসম। যোৱা ২৪ ঘণ্টাত অসমত ১১জন লোকৰ দেহত পোৱা গৈছে ক’ভিড ভাইৰাছ। ২৪ ঘণ্টাত ৰাজ্যত ২,৩৫৮জন লোকে কভিড টেষ্ট কৰিছিল। তাৰ বিপৰীতে ১১জন লোক কভিড পজিটিভ পোৱা গৈছে। কামৰূপ(ম)তে আক্ৰান্ত হৈছে ৪জন লোক। ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.৮৭ শতাংশ। আনহাতে, যোৱা ২৪ ঘণ্টাত এজনো লোকৰ মৃত্যু হোৱা নাই ক’ভিডত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...