অসম

নাহৰৰ দেশত কভিডৰ সন্ত্ৰাস, গাৰ্লছ হোষ্টেলৰ ছাত্ৰীৰ দেহত কভিড

•ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অব্যাহত ক’ভিডৰ আতংক•বিদেশী ছাত্ৰৰ পিছত এইবাৰ ছাত্ৰী নিবাসত ক’ভিড•স্বৰ্ণলতা বৰুৱা ছাত্ৰী নিবাসৰ দুগৰাকী ক’ভিড পজিটিভ•নলিনীবালা দেৱী ছাত্ৰী নিবাসৰো এগৰাকী আক্ৰান্ত ক’ভিডত•ইয়াৰ পূৰ্বে...

সন্মুখত উপ-নিৰ্বাচন, মাজুলীৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

নিৰ্বাচনমুখী মাজুলীৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে। মাজুলী বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পুলক...

আজি ঘোষণা হ’ব পাৰে নতুন SOP! অমিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক

অমিক্ৰনৰ সংক্ৰমণক লৈ ৰাজ্য চৰকাৰৰ আজি বিশেষ বৈঠক। মুখ্যমন্ত্ৰীৰ আহ্বানত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠক। বৈঠকত উপস্থিত থাকিব কেবিনেট মন্ত্ৰীৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ...

কাছাৰত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন

কাছাৰ জিলাৰ ধলাই পালংঘাটত ভয়াৱহ পথ দুৰ্ঘটনা। ডিআই আৰু অটোৰিক্সা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত দুই অটো যাত্ৰী। নিহত লোক দুজন কাছাৰৰ...

কঠোৰ হৈছে চৰকাৰ, প্ৰতিগৰাকী ACS বিষয়াই দিব লাগিব সম্পত্তিৰ হিচাপ

ACS বিষয়াক সম্পত্তিৰ হিচাপ দাখিলৰ নিৰ্দেশ। ৰাজ্যৰ কৰ্মচাৰী বিভাগে দিলে এই নিৰ্দেশনা। ACS বিষয়াসকলে নিজৰ নামত থকা স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ দিব লাগিব হিচাপ। ৩১ ডিচেম্বৰলৈকে...

Popular