শিক্ষকৰ ৰূপত অল-কায়দাৰ লিংকমেন; অসমত জেহাদী সংগঠনৰ ৫ লিংকমেন গ্ৰেপ্তাৰ

0 65
  • অসমত জেহাদী সংগঠনৰ লিংকমেন গ্ৰেপ্তাৰ
  • এইবাৰ অল-কায়দাৰ ৫ লিংকমেনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
  • বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫ জেহাদী লিংকমেনক
  • ইয়াৰে এটা লিংকমেন বাংলাদেশী বুলি চিনাক্ত
  • অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি শিক্ষকতা কৰি আছিল লিংকমেনটোৱে
  • মহম্মদ সুমন ওৰফে চাইফুল ইছলাম ওৰফে হাৰুন ৰচিদ নামৰ জেহাদীটো বাংলাদেশৰ
  • ধৃত আনকেইটা লিংকমেন ক্ৰমে- খাইৰুল ইছলাম, বাদশ্বাহ চুলেইমান খান, নৌচাদ আলী আৰু তাইমুৰ ৰহমান খান।
  • কলগাছিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে আটাইকেইটা জেহাদী লিংকমেনক
Leave A Reply

Your email address will not be published.