পৌৰযুঁজ : আজি ২,৫৩২জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত

0 45

আজি পৌৰসভাৰ নিৰ্বাচন। ২,০৫৪টা ভোটকেন্দ্ৰত ভাগ্য নিৰ্ণয় হ’ব পৌৰসভাৰ প্ৰাৰ্থীৰ। ২,৫৩২ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত। প্ৰথমবাৰৰ বাবে পৌৰসভা নিৰ্বাচনত EVM ব্যৱহাৰ কৰা হৈছে। ৪,১০০ টা ই ভি এম বিভিন্ন ভোটকেন্দ্ৰলৈ শুকুৰবাৰে প্ৰেৰণ কৰা হৈছে। পুৱাই ভোটদান কৰিবলৈ শাৰী পাতিছে ভোটাৰে। কৰিমগঞ্জ পৌৰসভাত আছে সৰ্বাধিক ২৭টা ৱাৰ্ড। ডিব্ৰুগড় পৌৰসভাত আছে সৰ্বাধিক ভোটাৰ। ডিব্ৰুগড়ত মুঠ ভোটাৰ ১,১৭,৬৯০জন। ৯ মাৰ্চত পৌৰ নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে ৫৭টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰ জয়ী হৈছে প্ৰাৰ্থী।

Leave A Reply

Your email address will not be published.