Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
Live TV
Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
অসম
মুখ্য বাতৰি
দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক
দৈনিক বাতৰি
আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?
আন্তঃৰাষ্ট্ৰীয়
চীনে কিয় অৰুণাচল প্ৰদেশক লক্ষ্য কৰি লৈছে? পেন্টাগনৰ প্ৰতিবেদনত উন্মোচিত হৈছে বেইজিঙৰ অশুভ পৰিকল্পনা
দৈনিক বাতৰি
ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ
দ্য কাশ্মীৰ ফাইলচ চোৱা কৰ্মচাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্ধছুটী
অসম
NKTV Digital
-
March 25, 2022
দেশজুৰি চৰ্চিত এখন চিনেমা দ্য কাশ্মীৰ ফাইলচ। এই চিনেমাখন চাবলৈ বিচৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, অধ্যাপকক দিয়া হ'ব অৰ্ধছুটী। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননী যোগে...
এইবাৰ চৰকাৰী বিদ্যালয়ৰ ভূমিত চলিছে ভূ-মাফিয়াৰ দাদাগিৰি
অসম
NKTV Digital
-
March 25, 2022
যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ উঠি পৰি লাগিছে সেই সময়তে ধিঙৰ এখন চৰকাৰী বিদ্যালয়ৰ ভূমিত চলিছে ভূ-মাফিয়াৰ দাদাগিৰি। বটদ্ৰৱা প্ৰাথমিক...
তেজপুৰ অভিমুখী বাছত সৰবৰাহ কৰিছিল ড্ৰাগছ, জালত দুজন
অসম
NKTV Digital
-
March 25, 2022
বোকাজানৰ খটখটীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। যাত্ৰীবাহী বাছৰ পৰা জব্দ নিষিদ্ধ হেৰ’ইন। তেজপুৰ অভিমুখী এখন বাছৰ পৰা বোকাজান আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন।...
IPLৰ পূৰ্বে ৰাজ্যত ফুটবল জ্বৰ, ঘূৰি আহিছে ফুটবলৰ সোণালী দিন!
মুখ্য বাতৰি
NKTV Digital
-
March 25, 2022
দেশজুৰি IPLক লৈ চৰ্চাৰ মাজতে অসমত ক্ৰিকেটৰ সমান্তৰালভাবে আৰম্ভ হৈছে ফুটবল জ্বৰ। ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰথমবাৰলৈ জজ ফিল্ডৰ লগতে কামৰূপৰ...
কোনো বিষয়াই বিনা অনুমতিত জিলা এৰি যাব নোৱাৰিব, কঠোৰ নিৰ্দেশনা
অসম
NKTV Digital
-
March 25, 2022
কোনো বিষয়াই বিনা অনুমতিত জিলা এৰি যাব নোৱাৰিব। জাননী নিদিয়াকৈ বা অনুমতি নোলোৱাকৈ জিলা এৰি গ'লে ব্যৱস্থা ল'ব উপায়ুক্তই। মৰিগাঁও জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনা।...
1
...
374
375
376
...
561
Page 375 of 561
Popular
দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক
NKTV Digital
-
December 27, 2025