টাটা চুম’ দুৰ্ঘটনাগ্ৰস্ত হৈ ওফৰি পৰিল পথাৰত, থিতাতে মৃত্যু চালকৰ

0 27

ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই টাটা চুম’ দুৰ্ঘটনাগ্ৰস্ত। ‘বকোৰ আগছিয়া নধিয়াপাৰাত শোকাবহ পথ দুৰ্ঘটনা। নধিয়াপাৰা পথৰ পৰা ওফৰি বাহন পৰিল পথাৰত। ঘটনাস্থলীতে নিহত চালক। মৃত চালকজন বকোৰ আগছিয়াৰ ৫০ বছৰ বয়সীয়া শৰৎ চাংমা। দুৰ্ঘটনাত পতিত টাটা চুম’খনৰ নম্বৰ AS01 EC 8919।

Leave A Reply

Your email address will not be published.