অসম

অসমৰ ছাত্রক অৰুণাচলত হত্যা

মহাষ্টমীৰ নিশা অৰুণাচলত অঘটন। অসমৰ ছাত্ৰক নৃশংস হত্যাক লৈ উত্তাল অসম-অৰুণাচল সীমান্ত। পূজা চাবলৈ যোৱা ছাত্ৰজনৰ ডিঙি ৰেপি হত্যা অৰুণাচলী দুৰ্বৃত্তৰ। হত্যাকাৰীক শাস্তিৰ দাবী...

দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে সাজু মহানগৰ প্ৰশাসন

কাইলৈ বিজয়া দশমী। নৈত বিলীন হৈ যাব মা দুৰ্গাৰ মৃন্ময় প্ৰতিমা। ইতিমধ্যে সাজু হৈ উঠিছে নিৰ্দিষ্ট বিসৰ্জনস্থলীসমূহ। সাজু গুৱাহাটী মহানগৰ প্ৰশাসন। নিৰ্দিষ্ট নিয়মাৱলীৰ মাজেৰে...

কোহলীক লগ কৰিবলৈ গুৱাহাটীৰ যুৱকে খৰচ কৰিলে ২৩,৪০০ টকা

গুৱাহাটীৰ শান্তিপুৰৰ ৰাহুল ৰয়ে নিজৰ প্ৰিয় ক্ৰিকেটাৰজনৰ সৈতে ছেলফি লোৱাৰ বাবে ২৩,৪০০ টকা খৰচ কৰিলে। যুৱকজনে ২ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ২য়...

বৰ্ষাপাৰাত খেলৰ মাজতে ওলাল প্ৰকাণ্ড সাপ

বৰ্ষাপাৰাত খেলৰ মাজতে অথন্তৰ। অথন্তৰৰ বাবে দুবাৰকৈ বন্ধ ৰাখিবলগীয়া হ’ল খেল। প্ৰথমে টীম ইণ্ডিয়াৰ বেটিঙৰ সময়ত খেলপথাৰত ওলাল প্ৰকাণ্ড সাপ। খেল চলি থাকোঁতে হঠাৎ...

পূজাৰ বতৰতে বিজেপিয়ে দলীয় কৰ্মকৰ্তালৈ লৈ আহিছে সুখবৰ

২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণকিয় নতুন বাহনেৰে ভৰিছে নৱনিৰ্মিত কাৰ্যালয়টো?পূজাৰ বতৰতে বিজেপিয়ে দলীয় কৰ্মকৰ্তালৈ লৈ আহিছে সুখবৰপ্ৰতিখন জিলাত প্ৰদান কৰিব একোখনলৈ বলেৰ’ বাহনপ্ৰতিটো...

Popular