অসম

এডভান্টেজ অসম ২.০: অনিল আগৰৱাল বেদৰে উদ্যোগ মন্ত্ৰী বিমল বড়াৰ বৈঠক

লণ্ডনত অনুষ্ঠিত ‘এডভান্টেজ অসম২. ০ ৰ প্ৰচাৰ যাত্ৰাৰ অংশ হিচাপে আজি ৰাজ্যৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই গ্ৰেট ব্ৰিটেইনত ‘মেটেল কিং’...

৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া: ১৯ জানুৱাৰীত অসম দলৰ জাৰ্ছী উন্মোচন অনুষ্ঠান

উত্তৰাখণ্ডত হ’বলগা আসন্ন ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ জাৰ্ছী উন্মোচন অনুষ্ঠান অহা ১৯ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব৷ অসম অলিম্পিক সন্থাৰ...

যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১৪ বছৰলৈ হ্ৰাস পৰেশ বৰুৱাৰ শাস্তি

ছট্টগ্ৰামৰ ১০ ট্ৰাক চোৰাং অস্ত্ৰ সৰবৰাহৰ গোচৰত শাস্তি কমিল পৰেশ বৰুৱাৰযাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১৪ বছৰলৈ হ্ৰাস পৰেশ বৰুৱাৰ শাস্তিবাংলাদেশ হাইকৰ্টৰ খণ্ড বিচাৰপীঠে দিলে এই...

নিচাসক্ত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। পত্নীক ডিঙি চেপি হত্যাৰ অভিযোগ স্বামী পুষ্প গগৈ বিৰুদ্ধে

দুলীয়াজানত পাৰিবাৰিক সংঘাতৰ বিষম পৰিণতি । স্বামীয়ে ডিঙি চেপি পত্নীক হত্যা কৰাৰ অভিযোগ। দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ ১নং খেৰেমীয়া গাঁৱৰ চাঞ্চল্যকৰ ঘটনাই উত্তেজনাই বিৰাজ কৰিছে।...

সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত...

Popular