অসম

মৰিগাঁৱত ফুটপাথত তিনিদিন ধৰি ৰুদ্ৰ থিয়েটাৰৰ কলা-কুশলী; পাৰিশ্ৰমিক নোপোৱাৰ অভিযোগ থিয়েটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে

মৰিগাঁৱত বিগত তিনিদিন ধৰি ফুটপাথ আৰু জিৰণি চ'ৰাত দিন কটাবলগীয়া হৈছে ৰুদ্ৰ থিয়েটাৰৰ একাংশ কলা-কুশলীয়ে। থিয়েটাৰ কৰ্তৃপক্ষই তেওঁলোকৰ খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে...

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ, গ্ৰন্থ ক্ৰয়ত এককালীন ১,০০০ টকাৰ অনুদান অসম চৰকাৰৰ বিত্ত বিভাগ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰন্থ ক্ৰয়ৰ ক্ষেত্ৰত এককালীন আৰ্থিক সহায় আগবঢ়োৱাৰ দিশত আগবাঢ়িছে অসম চৰকাৰৰ বিত্ত বিভাগ। “One Time Book Grant to all State...

নাগালেণ্ডত ভয়ংকৰ ভূমিস্খলন, ৮০% অংশত বন্ধ দিখৌ নৈৰ প্ৰবাহ; আকৌ আহি আছে নেকি ভয়াৱহ পৰিস্থিতি?

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত দিখৌ নৈৰ উজানত সংঘটিত হোৱা ভূমিস্খলনক কেন্দ্ৰ কৰি নামনি অঞ্চলত উদ্বেগৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ লংলেঙ জিলাৰ জিলা আয়ুক্তৰ পৰা প্ৰচাৰিত এক...

গোলকগঞ্জ বজাৰত মৰেল পুলিচিঙৰ ঘটনা; যুৱকক আক্ৰমণ একাংশ লোকৰ

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। গোলকগঞ্জ বজাৰত দিন দুপৰতে এজন যুৱকক একাংশ লোকে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি,...

নাই সুচল পথ, নাই স্থায়ী দলং; নিজৰ গাঁঠিৰ ধনেৰে বাঁহৰ দলং সাজি যাতায়াত ৰাইজৰ

চৰকাৰ আহিছে, চৰকাৰ গৈছে। নিৰ্বাচনৰ পাছত সলনি হৈছে চৰকাৰ, সলনি হৈছে জনপ্ৰতিনিধি। কিন্তু সলনি নহ’ল জোনাই বিধানসভা সমষ্টিৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচখনতকৈ...

Popular