অসম

টোকোনা ৰাজকোষৰ জোৰা মাৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ভেট বৃদ্ধিৰ সিদ্ধান্ত

ৰাজ্যবাসীক মাধমাৰ! পুনৰ ৰাজ্যবাসীক মাধমাৰ দিয়াৰ প্ৰস্তুতি চৰকাৰৰটোকোনা ৰাজকোষৰ জোৰা মাৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ভেট বৃদ্ধিৰ সিদ্ধান্তপ্ৰতিলিটাৰ পেট্ৰ’লত দুটকাকৈ ভেট বৃদ্ধিৰ সিদ্ধান্তপ্ৰতিলিটাৰ ডিজেলত এটকাকৈ ভেট বৃদ্ধিৰ...

‘দেৱজিতে মোক বিয়া পাতিম বুলি কৈছে’

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ নাৰী কেলেংকাৰিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম আৰক্ষীৰ ভিতৰ চ’ৰাত। হেলেনা হেৰে নামৰ মহিলাগৰাকীয়ে দেৱজিত দেউৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে...

কাজিৰঙাৰ দুই কৃষকৰ সততা

কাজিৰঙাৰ দুই কৃষকৰ সততা। খেতি পথাৰত দুজন কৃষকে বুটলি পালে গঁড়ৰ খৰ্গ। দুয়ো সেই খৰ্গ গতাই দিলে বন বিভাগক। বন বিভাগে দুয়োকে জনালে সম্বৰ্ধণা। https://youtu.be/q2wA68MEQeA

মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকীয়নি জ্ঞানশ্ৰী বৰাৰ। নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজৰ। https://youtu.be/XBTuY0JHgPk

চিৰাং জিলাৰ সদৰ কাজলগাঁৱত এবছুৰ প্ৰতিবাদী সমদল

চিৰাং জিলাৰ সদৰ কাজলগাঁৱত এবছুৰ প্ৰতিবাদী সমদল। এবছুৰ দাবী - হাগ্ৰামা মহিলাৰীৰ পত্নী মালিকানাধীন ৰিজৰ্ট বন্ধ কৰক।

Popular