পুনৰ এক ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ

পুনৰ এক ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। চেন্নাইত যাত্ৰীবাহী ৰে’ল আৰু মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ। মহীশূৰ-দাৰভাংগা এক্সপ্ৰেছৰ খুন্দা এখন মালবাহী ৰে’লত। চেন্নাইৰ কাৱাৰাপেট্টাই নামৰ অঞ্চলটোত সংঘটিত হয় এই দুৰ্ঘটনা। দুয়োখন ৰে’লৰ ১৩টাকৈ দবা লাইনচ্যুত। ঘণ্টাত প্ৰায় ৭৫ কিঃমিঃ গতিবেগত আহি খুন্দা মাৰে যাত্ৰীবাহী ৰে’লখনে। শুকুৰবাৰে নিশা ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত ১৯ গৰাকী যাত্ৰী আহত। দুৰ্ঘটনাটোক লৈ চলি আছে তদন্ত আৰু উদ্ধাৰ অভিযান। বৰষুণৰ বাবে ব্যাহত হৈছে উদ্ধাৰ অভিযান।দুৰ্ঘটনাটোৰ ফলত ব্যাহত হৈছে আন ৰে’লৰ চলাচল। কমেও ১৬ ঘণ্টা লাগিব ৰে’ল লাইনটো মুকলি কৰিবলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...