অসম

শাৰদীয় দুৰ্গোৎৱসলৈ মাজত মাত্ৰ ৪টা দিন, দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যস্ততা

শাৰদীয় দুৰ্গোৎৱসলৈ মাজত মাত্ৰ ৪টা দিনদুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যস্ততামৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীপূজাথলী সমূহতো পাৰভঙা উচাহআটকধুনীয়া মণ্ডপেৰে ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ...

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

খোল–তাল, ঢোল, মাদলৰ ধ্বনিৰে উখল–মাখল কাজিৰঙাআৰম্ভ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষএতিয়া আপুনিও প্ৰাণভৰি উপভোগ কৰিব পাৰিব নৈসৰ্গিক কাজিৰঙাৰ নান্দনিক দৃশ্য দেওবাৰে কাজিৰঙাৰ দুটা ৰেঞ্জত...

‘অসমত অনা-অসমীয়াৰ দপদপনি নচলিব’, অনা অসমীয়া ব্যৱসায়ী মুকলি ভাবুকি ছাত্ৰ সংগঠনৰ

মানসিকভাবে বাধাগ্ৰস্ত এইজন অসমীয়া যুৱকক খুঁটাত বান্ধি অত্যাচাৰ চলাইছিল জখলাবন্ধাৰ একাংশ ব্যৱসায়ীয়ে। চুৰিৰ অভিযোগ তুলিছিল যুৱকজনৰ বিৰুদ্ধে। কিন্তু যুৱকজনৰ তালাচীত একো নোলাল। মৰেল পুলিচধাৰী...

কাছাৰত চাঞ্চল্যকৰ ডকাইতি, লুটি নিলে নগদ ধন, আ-অলংকাৰ

কাছাৰৰ কাটিগড়াত চাঞ্চল্যকৰ ডকাইতি প্ৰাক্তন সেনা জোৱানৰ ঘৰত ডকাইতৰ লুটপাত বন্দুকধাৰী ডকাইতৰ দলে লুটি নিলে নগদ ধন, আ-অলংকাৰ কাজল সেন নামৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ ঘৰত ডকাইতি মুখত ক’লা...

কয়লাৰ ক’লা বেহা ৰোধত নোসোমাই ৰাজ্যৰ মন্ত্ৰী–বিধায়ক

কয়লাৰ ক’লা বেহা ৰোধত নোসোমাই ৰাজ্যৰ মন্ত্ৰী–বিধায়কমুখ্যমন্ত্ৰীৰ মতে কয়লাৰ ক’লা বেহা ৰুধিবলৈ যথেষ্ট থানাৰ অ’ চিনগাঁও আৰক্ষীৰ সন্দেহজনক কৰ্মকাণ্ডই সৃষ্টি কৰিছে ৰহস্যৰপ্ৰশ্ন উঠিছে নগাঁও...

Popular