অসম

কাজিৰঙাত বলীউডৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা

কাজিৰঙালৈ আহিল বলীউডৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা। কেৱল কাজিৰঙা দৰ্শনেই নহয়। লৈ আহিছে মহৎ উদ্দেশ্য। কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰটোৰ বিষয়ববীয়াৰ সৈতে...

হৰিৰ কীৰ্তনৰে হৰিষতে বিলীন ধূপধাৰা

খোল -তাল, গীত- মাত সাহিত্য - সংস্কৃতিৰ ওমাল পৰিৱেশত জীপাল হৈ পৰিছে ঐতিহ্যময় ধূপধৰাৰ চৌপাশ। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩০...

শুকাইছে চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ বক্ষ

শুকাইছে চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ বক্ষবাম হৈ আহিছে উপনৈসমূহোওপঙি আহিছে মৰা মাছমাজুলী, ঢকুৱাখনা, কামৰূপত ৰুক্ষ বক্ষৰে মৰুভূমি হৈ পৰিছে লুইত! চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰত কালিকা লাগিছে! অস্বাভাৱিকভাৱে শুকাই আহিছে...

যৌনকৰ্মীক খাদ্য যোগানৰ নামত ব্যয় লাখে লাখে টকা

অসমত নিষিদ্ধ দেহব্যৱসায়ক মঙলদৈত বৈধতা প্ৰদান!ক’ভিড কালত যৌন কৰ্মীক ভৰণ-পোষণ জিলা প্ৰশাসনৰযৌনকৰ্মীক খাদ্য যোগানৰ নামত ব্যয় লাখে লাখে টকাজিলা প্ৰশাসনৰ তথ্যতে উন্মোচিত উদ্বেগজনক তথ্যদৰং...

ছৈয়দ মুস্তাক আলী ট্ৰফীত দুৰ্দান্ত ছন্দত অসম সন্তান ৰিয়ান পৰাগ

দুৰ্দান্ত ছন্দত অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। চলিত চৈয়দ মুস্তাক আলী ট্ৰফীত অভিলেখৰ ওপৰত অভিলেখ গঢ়িছে অসম সন্তানে। মঙ্গলবাৰে অৰ্ধ-শতৰানৰ সহায়ত অসমক মুস্তাক আলী ট্ৰফীৰ...

Popular