অসম

অসমৰ শিলাবৃষ্টি-ধুমুহাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় গৃহমন্ত্ৰী

অসমৰ শিলাবৃষ্টি-ধুমুহাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় গৃহমন্ত্ৰীমুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে ক্ষয়-ক্ষতিৰ বুজ ল'লে অমিত শ্বাহেক্ষতিগ্ৰস্তক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাসপশ্চিমবংগ আৰু মণিপুৰৰ প্ৰাকৃতিক বিপৰ্যয়ক লৈও উদ্বিগ্নতা...

নিৰ্বাচনৰ প্ৰচাৰ তুংগত থকাৰ অৱস্থাতে মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ এই মন্তব্য

ৰণলৈ ওলাল মুখ্যমন্ত্ৰীহেদায়েৎপুৰৰ কংগ্ৰেছ ভৱন হ’ব গোপীনাথ বৰদলৈ যাদুঘৰ২০৩২ত সম্পূৰ্ণ উছন হ’ব কংগ্ৰেছ নিৰ্বাচনৰ প্ৰচাৰ তুংগত থকাৰ অৱস্থাতে মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ এই মন্তব্য। মৰিগাঁও তিৱা সাংস্কৃতিক...

নৱ শৰণীয়াৰ দাবী – ‘ডেৰলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব’

হেট্ৰিক কৰিবলৈহে আহিছে নৱ শৰণীয়াদ্বিতীয় স্থানৰ বাবেহে যুঁজিব UPPL, BPF-এ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আদালতৰ পৰা সকাহ পাই নিৰ্বাচনী যীঁজৰ বাবে সাজু হৈছে কোকৰাঝাৰ সমষ্টিৰ দুবাৰৰ...

কাজিৰঙা কাৰ্বি আংলং পৃষ্ঠভুমিত বিৰল প্ৰজাতিৰ দীঘল নেজীয়া আৰোহন কৰিব পৰা নিগনিৰ সন্ধান 

দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উভচৰ প্ৰাণী বিশেষজ্ঞ ফিৰোজ আহমেদৰ ত্বতাৱধানত কাজিৰঙাৰ কঁহৰা নদী উপত্যকাত ক্ষেত্ৰ অধ্যয়ন কৰি থকা সংগঠনটোৰ এটা গৱেষকৰ দলে কাৰ্বি...

চ’তৰ বুকুত সম্ভাৱনা কঢ়িয়াই ব’হাগ আহিছে ৰমকে জমকে

তৰণি নাই নাচনীৰ খোজতনাহৰো ফুলিল গছৰে ডালতআগলি বাঁহ চাঁচি সাজিছে গগণাঢোল পেঁপাৰ মাততে বিহুটিৰ বতৰা চ’তৰ বুকুত সম্ভাৱনা কঢ়িয়াই ব’হাগ আহিছে ৰমকে জমকে। অসমৰ প্ৰতি...

Popular