অসম

ৰাজ্যজুৰি ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে

নোহোৱা হৈছে মানুহ-জানোৱাৰৰ পাৰ্থক্যলজ্জিত সভ্য সমাজ, চৌদিশে প্ৰতিবাদ-প্ৰতিক্ৰিয়াইটোৰ পাছত সিটো ধৰ্ষণৰ ঘটনা ৰাজ্যত ধিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো অসমবাসীক লজ্জানত কৰা...

আজি মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি

আজি মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি। হৰি নাম, কীৰ্তনেৰে মুখৰিত হৈ পৰিল দশোদিশ। বিভিন্ন প্ৰান্তত চলিল বিবিধ আয়োজন। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱ...

ৰাইজে বিচৰা মতেই…

ৰাইজে বিচৰা মতেই হ’ল। পুখুৰীত পৰি মৃত্যু হ’ল ধিঙৰ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ। আৰক্ষীৰ দাবী- নিশা অভিযানৰ সময়তে হেণ্ডকাফসহ পুখুৰীত জাঁপ মাৰি...

স্মাৰ্টমিটাৰৰ বিতৰ্ক এইবাৰ অসম বিধানসভা পালেহি…

স্মাৰ্টমিটাৰৰ বিতৰ্ক এইবাৰ অসম বিধানসভা পালেহি। দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাই সদনৰ বাহিৰে ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধীয়ে। ইয়াৰ বিপৰীতে শাসকীয়...

মুখ্যমন্ত্ৰীক অসমীয়াৰ পক্ষত থাকিবলৈ আহ্বান দল–সংগঠনৰ

শিৱসাগৰৰ পাছত তিনিচুকীয়া ছিপাঝাৰতো অকল্পনীয়, অনাকাংক্ষিত ঘটনা ঘটিল। বহিৰাগতৰ আক্ৰমণৰ বলি হ’ল খিলঞ্জীয়া অসমীয়া। এই ঘটনা প্ৰৱাহৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ...

Popular