অসম

এখন ব্যক্তিগত দলঙৰ কথা…

ব্যক্তিগত হাস্পতাল দেখিছে। ব্যক্তিগত বিদ্যালয়ো দেখিছে। আজি আপোনালোকক এখন ব্যক্তিগত দলঙৰ কথা ক'বলৈ ওলাইছো। সেই দলংখনৰ বাবে ঠিক কৰি থোৱা আছে নিৰিখ। বাইক-গাড়ীয়ে পাৰ...

হিন্দু কিশোৰীক অপহৰণ মুছলমান কিশোৰৰ

বৰপেটাৰ চেঙাত বিগত ৬ দিন ধৰি সন্ধানহীন হৈ আছে এগৰাকী ১৪ বছৰীয়া কিশোৰী। হিন্দু ধৰ্মাৱলম্বী কিশোৰীগৰাকীক বাঙালী সম্প্ৰদায়ৰ এটি মুছলমান কিশোৰে পৰিয়ালৰ লোকৰ সহযোগত...

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মালবাহী ৰে’ল

বৰঝাৰৰ বঙৰাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মালবাহী ৰে’ল। কাম্যাখ্যা যোগীঘোপা ৰে’লপথত দুভাগ হ'ল চলন্ত মালবাহী ট্ৰেইন। যোগীঘোপা অভিমুখে গৈ থকা অৱস্থাত বিচ্ছিন্ন হয়...

মাজনিশা কলিয়াবৰত কোনে চলাইছিল সন্ত্ৰাস? আৰক্ষীৰ জালত পৰিল কোন কোন?

চামগুৰি আৰক্ষীৰ জালত কলিয়াবৰ কাণ্ডৰ লগত জড়িত দুজন। চামগুৰি আৰক্ষীয়ে এক অভিযান চলাই কনুৱামাৰীৰ পৰা আটক কৰিছে মুজামিল হুছেইন আৰু বাহাৰুল ইছলাম নামৰ দুজনক।...

নিযুক্তি পৰীক্ষাত নকল কৰিলে ১ লাখ টকা পৰ্যন্ত হ’ব জৰিমনা

চৰকাৰী নিযুক্তি পৰীক্ষা সম্পৰ্কীয় বিধেয়ক উত্থাপন বিধানসভাতনিযুক্তি পৰীক্ষাৰ আসোঁৱাহ দূৰ কৰিবলৈ বিধেয়ক উত্থাপন চৰকাৰৰপৰীক্ষাৰ বিসংগতি ধৰা পৰিলে কঠোৰ শাস্তিৰ ব্যৱস্থা বিধেয়কতপ্ৰশ্নকাকত ফাদিলত জড়িতৰ বিৰুদ্ধে...

Popular