দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি।


ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৰ এয়া প্ৰথমটো অসম ভ্ৰমণ।
কাইলৈ আৰু ১৪ অক্টোবৰত গুৱাহাটীতে কটাব ৰাষ্ট্ৰপতিয়ে।
১৩ অক্টোবৰত আই আই টি গুৱাহাটীত।
১৪ অক্টোবৰত কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী।
দুপৰীয়া ১ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি।
বায়ুসেনাৰ হেলিকপ্টাৰেৰে খানাপাৰালৈ আহিব ৰাষ্ট্ৰপতি মুৰ্মু।
কইনাধৰাত দুপৰীয়া আহাৰ গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে।
বিয়লি ৪.৩০ বজাত আই আই টি গুৱাহাটীত উপস্থিত হ’ব ৰাষ্ট্ৰপতি।
সন্ধিয়া ৭ বজাত ষ্টাফ কলেজত উপস্থিত হ’ব ৰাষ্ট্ৰপতি।
নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব ৰাষ্ট্ৰপতিয়ে।
পুৱা ৯.৩০ বজাত কামাখ্যা দৰ্শন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।
দিনৰ ১১ বজাত কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী।
চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় ভাৰ্চুৱেলী উদ্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে।
কলাক্ষেত্ৰৰ পৰাই ভাৰ্চুৱেলী উদ্বোধন কৰিব ধুবুৰী চিকিত্সা মহাবিদ্যালয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...